பொருள் : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
எடுத்துக்காட்டு :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
ஒத்த சொற்கள் : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
பொருள் : একেবাৰে ঠিক বা উচিত
எடுத்துக்காட்டு :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
பொருள் : যিটো নৈতিকতাৰে ভৰি আছে
எடுத்துக்காட்டு :
আমি উচিত কাম কৰা উচিত
ஒத்த சொற்கள் : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
பொருள் : যিটো নি্র্ধাৰিত বা নিশ্চিত
எடுத்துக்காட்டு :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
ஒத்த சொற்கள் : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত