பொருள் : সত্যাগ্রহ কৰা ব্যক্তি
எடுத்துக்காட்டு :
সত্যাগ্রহত গান্ধীজীৰ লগত সহযোগ কৰাৰ কাৰণে বহুতো সত্যাগ্রহী উপস্থিত হৈছিল
பொருள் : সত্যাগ্রহ সম্বন্ধীয় বা সত্যাগ্রহৰ
எடுத்துக்காட்டு :
সত্যাগ্রহী নেতাসকলক চাবৰ কাৰণে মানুহৰ ভিৰ লাগিল