பொருள் : নিজৰ কোনো ডাঙৰ বা কঠিন উদ্দেশ্য সিদ্ধিৰ বাবে মানুহক নিজৰ শক্তিৰে অত্যন্ত ভয়-ভীত খুৱাই ৰাখি কৰা সিদ্ধান্ত
எடுத்துக்காட்டு :
পাকিস্তানে কাশ্মীৰত সন্ত্রাসবাদৰ সৃষ্টি কৰিছে
ஒத்த சொற்கள் : আতংক, আতংকবাদ, সন্ত্রাসবাদ
பொருள் : মানুহৰ মাজত ভয়ৰ সৃষ্টি হোৱা বা হাড়লৈকে কঁপি উঠা ভয়
எடுத்துக்காட்டு :
গুলি চলাৰ লগে লগে বজাৰত আতংকৰ সৃষ্টি হʼল
ஒத்த சொற்கள் : আতংক
பொருள் : বহুত কঠোৰ ব্যৱহাৰ, অত্যাচাৰ, প্রকোপ আদিৰ কাৰণে মনত উৎপন্ন হোৱা ভয়
எடுத்துக்காட்டு :
কাশ্মীৰত উগ্রপন্থীৰ সন্ত্রাস বিয়পি আছে
ஒத்த சொற்கள் : আতংক