உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
எடுத்துக்காட்டு : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
ஒத்த சொற்கள் : গধূলা, গধূলি, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন
பொருள் : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা
எடுத்துக்காட்டு : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল
ஒத்த சொற்கள் : গধূলি, সন্ধ্যা
நிறுவு