பொருள் : ওঁ বুলি কোৱা কার্য
எடுத்துக்காட்டு :
দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
ஒத்த சொற்கள் : হয়ভৰ
பொருள் : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
எடுத்துக்காட்டு :
পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
ஒத்த சொற்கள் : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ