உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র
எடுத்துக்காட்டு : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়
ஒத்த சொற்கள் : নি্র্বাচন সমষ্টি
பொருள் : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
எடுத்துக்காட்டு : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ஒத்த சொற்கள் : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ
பொருள் : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
எடுத்துக்காட்டு : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ஒத்த சொற்கள் : গোট, দʼম, সমূহ, ৰাশি
நிறுவு