பொருள் : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
எடுத்துக்காட்டு :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
ஒத்த சொற்கள் : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
பொருள் : আৰম্ভণিৰ পৰা শেষলৈকে
எடுத்துக்காட்டு :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
ஒத்த சொற்கள் : আদ্যোপান্ত
பொருள் : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
எடுத்துக்காட்டு :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
ஒத்த சொற்கள் : পূৰা
பொருள் : যʼত একো কম হৈ থকা নাই
எடுத்துக்காட்டு :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে