பொருள் : যাৰ সম্পর্কত ্কোনো সংযোগ বা বুজা পৰা আছে
எடுத்துக்காட்டு :
অনুবন্ধী কাম সোনকালে শেষ কৰা যাওক
ஒத்த சொற்கள் : অনুবন্ধী
பொருள் : যাৰ সৈতে সম্বন্ধ আছে বা হৈছে
எடுத்துக்காட்டு :
এইয়া আপোনাৰ মোকর্দ্্মাৰ সৈতে জড়িত নথিপত্র, ইয়াক সযতনে ৰাখিব ৰামায়ণ হিন্দু ধর্মৰ সৈতে সম্বন্ধিত
ஒத்த சொற்கள் : জড়িত, সংযুক্ত, সংশ্লিষ্ট, সম্পর্কিত, সম্বন্ধযুক্ত