பொருள் : ভোজন কৰাৰ নিশ্চিত সময়
எடுத்துக்காட்டு :
আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়
ஒத்த சொற்கள் : বেলা
பொருள் : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে
எடுத்துக்காட்டு :
মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল
பொருள் : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে
எடுத்துக்காட்டு :
ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল
ஒத்த சொற்கள் : মুহূর্ত
பொருள் : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়
எடுத்துக்காட்டு :
ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে