பொருள் : যিটো সংকেতৰ ৰূপত আছে
எடுத்துக்காட்டு :
তেওঁলোক দুজনে সাংকেতিক ভাষাত কথা পাতি আছে
பொருள் : সংকেত দিয়া
எடுத்துக்காட்டு :
শিশুটোৱে দোকানত সাংকেতিক খেলনাটো লʼবৰ কাৰণে জিদ ধৰিছিল
ஒத்த சொற்கள் : সংকেতপূর্ণ, সংকেতময়, সঙ্কেতপূর্ণ, সঙ্কেতময়, সাঙ্কেতিক