பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும். ட்விட்டரில் பகிரவும் வாட்ஸ்அப்பில் பகிரவும் பேஸ்புக்கில் பகிரவும்
கூகுள் பிளேயில் வரவும்
অসমীয়া என்ற அகராதியில் இருந்து সিদ্ধান্ত என்ற வார்த்தையின் பொருள் மற்றும் உதாரணம் ஒத்த சொற்கள் மற்றும் எதிர்ச்சொற்களுடன்.

সিদ্ধান্ত   বিশেষ্য

பொருள் : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

எடுத்துக்காட்டு : মোৰ সমস্যাৰ সমাধান হৈ গʼল

ஒத்த சொற்கள் : নিষ্পত্তি, মীমাংসা, সমাধান, সমিধান

பொருள் : প্রমাণিত হোৱা কার্য

எடுத்துக்காட்டு : সিদ্ধান্তৰ অবিহনে কাৰো ওপৰত দোষ আৰোপ কৰা উচিত নহয়

ஒத்த சொற்கள் : প্রমাণ

பொருள் : কোনো কার্য কেনে হোৱা উচিত তাৰ ঔচিত্য আৰু অনৌচিত্য আদি বিচাৰ কৰি কোনো মতত উপনীত হোৱা কার্য

எடுத்துக்காட்டு : তেওঁ ঘৰৰ ্পৰা বেলেগ হৈ থাকিবলৈ সিদ্ধান্ত লʼলে

ஒத்த சொற்கள் : নি্র্ণয়

பொருள் : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

எடுத்துக்காட்டு : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

ஒத்த சொற்கள் : কায়দা, নিয়ম, বাদ

பொருள் : ঋষি আদিৰ মান্য উপদেশ

எடுத்துக்காட்டு : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে

ஒத்த சொற்கள் : বাদ, মত

பொருள் : বাদী তথা প্রতিবাদীৰ কথা আৰু তর্ক শুনি তাৰ ঠিক হোৱা বা নোহোৱাৰ সম্বন্ধত আদালতৰ দ্বাৰা মত স্থিৰ কৰা কার্য

எடுத்துக்காட்டு : বহুত দিনৰ পৰা চলি অহা মোকর্দ্্মাৰ নি্র্ণয় ্কালি হৈ গʼল

ஒத்த சொற்கள் : নি্র্ণয়

பொருள் : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়

எடுத்துக்காட்டு : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল

ஒத்த சொற்கள் : বাদ, মত, মতবাদ

பொருள் : কিহবাৰ দ্বাৰা কোনো বস্তু বা কথাৰ স্থিতি প্রতিপন্ন কৰা

எடுத்துக்காட்டு : বহুত যত্নৰ পিছত আমি এই পৰিণতিত উপনীত হৈছোঁ যে ৰাম এজন ভাল লʼৰা

ஒத்த சொற்கள் : পৰিণতি