பொருள் : যি বাতৰি বা খবৰ শুনি আনন্দ পোৱা যায়
எடுத்துக்காட்டு :
গজাননৰ বিয়াৰ সুখবৰ শুনি ্সহকর্মীসকল আনন্দত অধীৰ হৈ পৰিল
பொருள் : শুভ বা ভাল বাতৰি
எடுத்துக்காட்டு :
তেওঁ পুত্র লাভৰ সু-খবৰ পালে
ஒத்த சொற்கள் : শুভ বার্তা, শুভ সমাচাৰ, সু-খবৰ