பொருள் : যি শাস্ত্রত সৌন্দর্য সম্পর্কীয় দার্শনিক তত্ত্বৰ বিষয়ে আলোচনা কৰা থাকে
எடுத்துக்காட்டு :
মধুমিতাই সৌন্দর্য-্শাস্ত্রত গৱেষণা কৰি পি. এইচ. ডি উপাধি লাভ কৰিছে
ஒத்த சொற்கள் : কলাবিদ্যা, কান্তিবিদ্যা, নন্দন-তত্ত্ব, ৰূপতত্ত্ব