பொருள் : স্বচ্ছ হোৱা অৱস্থা বা গুণ
எடுத்துக்காட்டு :
কাপোৰখনৰ স্বচ্ছতাৰ বাবে তাৰ পিছফালে থকা বস্তু দেখা পোৱা গৈছে
பொருள் : স্বচ্ছ হোৱা অৱস্থা
எடுத்துக்காட்டு :
এই ভৱনটোৰ বেৰবোৰত লগোৱা আইনাৰ স্বচ্ছতাৰ বাবে বাহিৰৰ মনোৰম দৃশ্য দেখা যায়
பொருள் : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে
ஒத்த சொற்கள் : চাফা, নিকা, নি্র্মলত্া, পৰিষ্কাৰ, শুদ্ধতা