பொருள் : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে
எடுத்துக்காட்டு :
এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল
ஒத்த சொற்கள் : স্বৈৰাচাৰী
பொருள் : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই
எடுத்துக்காட்டு :
হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল
ஒத்த சொற்கள் : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত