பொருள் : কোনো বস্তুৰ সৰু-সৰু অংগ বা অংশ ছিঙি পৰা অৱস্থা
எடுத்துக்காட்டு :
তেওঁৰ চুলি বহুত সৰিছে
ஒத்த சொற்கள் : সৰি পৰা
பொருள் : ঝাড়ুৰে জাবৰ আদি গুচোৱা কার্য
எடுத்துக்காட்டு :
তেওঁ নিজৰ ঘৰটোত ঝাড়ু দিছে
ஒத்த சொற்கள் : ঝাড়ু দিয়া, ঝাড়ু লগোৱা