பொருள் : এটা দলত এঘাৰজনকৈ খেলুৱৈ হৈ দুটা দলে হকী মাৰিৰ সহায়ত বল খেলা এক ধৰণৰ খেল
எடுத்துக்காட்டு :
হকী ভাৰতৰ ৰাষ্ট্রীয় খেল
ஒத்த சொற்கள் : হকী খেল
பொருள் : কাঠেৰে তৈয়াৰ কৰা ঘোৰ খোৱা মূৰবিশিষ্ট এক ধৰণৰ খেলৰ আহিলা যাৰ সহায়ত বল খেলিব পৰা যায়
எடுத்துக்காட்டு :
খেলপথাৰত খেলুৱৈৱে হাতত হকী লৈ বলৰ পিছত দৌৰি আছিল