பொருள் : প্রত্যাহ্বান জনোৱা শ্্ব্দ বিশেষ
எடுத்துக்காட்டு :
শত্রুৰ হুংকাৰ শুনি ্তেওঁ ্বাহিৰলৈ ওলায় আহিল
பொருள் : কোনো কাম কৰিবৰ কাৰণে উচ্চ স্তৰত চিঞৰি উৎসাহিত কৰা কার্য
எடுத்துக்காட்டு :
হালোৱাজনে বাৰে-বাৰে দিয়া হুংকাৰত বলদহাল বেগাই যাবলৈ ধৰিলে
பொருள் : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
எடுத்துக்காட்டு :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ஒத்த சொற்கள் : গর্জন