பொருள் : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
எடுத்துக்காட்டு :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
ஒத்த சொற்கள் : চেপি ধৰা, হেচুকি ধৰা
பொருள் : কিহবাৰ ওপৰত এনেদৰে জোৰ দিয়া যাতে সেইটো পিছলৈ আঁতৰি যায়
எடுத்துக்காட்டு :
কম্পিটাৰ চলাবৰ কাৰণে গুল্লুৱে তাৰ চুইছটো দবালে
ஒத்த சொற்கள் : দবোৱা