உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
எடுத்துக்காட்டு : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
ஒத்த சொற்கள் : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
பொருள் : প্রমাণিত কৰা কোনো কথা
எடுத்துக்காட்டு : উকীলে হেতুৰ সন্ধানত লাগি আছে
பொருள் : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
எடுத்துக்காட்டு : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ஒத்த சொற்கள் : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
பொருள் : মূল কাৰণ
எடுத்துக்காட்டு : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
நிறுவு