பொருள் : নিজৰ কিবা বস্তু কʼৰবাত এৰি অহা, ৰৈ যোৱা বা হাতৰ পৰা ওলাই যোৱা
எடுத்துக்காட்டு :
মোৰ পাঁচশ টকা হেৰালে
பொருள் : কোনো বস্তুৰ ওপৰত থকা স্বত্ব গুচি যোৱা
எடுத்துக்காட்டு :
ধনৰ লালসাত পৰি ্তেওঁ নিজৰ প্রাণ হেৰুৱালে
பொருள் : কোনো অৱস্থা, কার্য, সময় আদিক হাতৰ পৰা যাবলৈ দিয়া
எடுத்துக்காட்டு :
তেওঁ সুৱর্ণ সুযোগ হেৰুৱালে তেওঁ নিজৰ সন্মান হেৰুৱালে