பொருள் : যাৰ আত্ম জ্ঞান আছে
எடுத்துக்காட்டு :
ডাঙৰ ডাঙৰ আত্মজ্ঞানীয়েও ঈশ্বৰৰ দর্শনৰ ্কাৰণে লালায়িত হয়
ஒத்த சொற்கள் : আত্মজ্ঞানী, আত্মদ্রষ্টা, যোগী
பொருள் : যি নিজকে নিজে নিৰীক্ষণ কৰে
எடுத்துக்காட்டு :
আত্মনিৰীক্ষক ব্যক্তিয়ে আত্মবিশ্লেষণৰ দ্বাৰা নিজৰ দোষ-ত্রুটি দূৰ কৰিব পাৰে
ஒத்த சொற்கள் : অন্তর্দর্শী, আত্মনিৰীক্ষক