உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
எடுத்துக்காட்டு : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
ஒத்த சொற்கள் : দশম, দহ
பொருள் : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
எடுத்துக்காட்டு : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
ஒத்த சொற்கள் : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
பொருள் : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
எடுத்துக்காட்டு : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
ஒத்த சொற்கள் : দহ হাজাৰ, ০০০, ১০ হাজাৰ
பொருள் : ন যোগ এক
எடுத்துக்காட்டு : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
ஒத்த சொற்கள் : দহ
பொருள் : দহ লাখ
எடுத்துக்காட்டு : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
ஒத்த சொற்கள் : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
பொருள் : দহ হাজাৰ............
எடுத்துக்காட்டு : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
ஒத்த சொற்கள் : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
நிறுவு