பொருள் : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
எடுத்துக்காட்டு :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
பொருள் : স্থিত কৰা
எடுத்துக்காட்டு :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
பொருள் : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
எடுத்துக்காட்டு :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
ஒத்த சொற்கள் : সমর্পিত কৰা
பொருள் : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : ৰৈ থকা
பொருள் : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
எடுத்துக்காட்டு :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
பொருள் : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
எடுத்துக்காட்டு :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ஒத்த சொற்கள் : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
பொருள் : প্রস্তুত কৰা
எடுத்துக்காட்டு :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
பொருள் : বেয়া হʼবলৈ নিদিয়া
எடுத்துக்காட்டு :
আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
ஒத்த சொற்கள் : থোৱা
பொருள் : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
எடுத்துக்காட்டு :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে