பொருள் : ভাৱবোৰ প্রকাশিত নকৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ খঙক ৰখালে
பொருள் : কোনো গতিশীল বস্তুৰ গতি বন্ধ কৰা
எடுத்துக்காட்டு :
গাড়ীৰ সন্মুখত হঠাৎ এটা কুকুৰ আহি ওলোৱাত চালকজনে গাড়ীখন ৰখালে
பொருள் : কাৰোবাক আগ বাঢ়িবলৈ নিদিয়া
எடுத்துக்காட்டு :
পুলিচে সমদলটোক চকটোতে ৰখাই দিলে
ஒத்த சொற்கள் : ৰখাই দিয়া