பொருள் : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
எடுத்துக்காட்டு :
বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
ஒத்த சொற்கள் : অদল-বদল, অদলী-বদলী, আদান-প্রদান, বিনিময়
பொருள் : অলপ হেৰ-ফেৰ বা পৰি্ৱর্তন
எடுத்துக்காட்டு :
শ্যামৰ ঘৰটোৰ ৰদ-বদল দেখি আমি হতচকিত ্হʼলোঁ
ஒத்த சொற்கள் : সালসলনি
பொருள் : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
எடுத்துக்காட்டு :
বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
ஒத்த சொற்கள் : অদল-বদল