பொருள் : কোনো বস্তুৰ ৰাসায়নিক প্রয়োগ সম্পর্কে বিচাৰ-বিশ্লেষণ কৰা ঠাই
எடுத்துக்காட்டு :
আমাৰ বিদ্যালয়ত ভালেমান ৰসায়নাগাৰ আছে, যʼত সদায় কিবা নহয় কিবা বস্তুৰ পৰীক্ষা চলিয়েই থাকে
ஒத்த சொற்கள் : প্রয়োগশালা, লেব, লেবৰেটৰী
பொருள் : কোনো পদার্থৰ ্ৰাসায়নিক তত্ত্বৰ গঠন সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰা স্থান
எடுத்துக்காட்டு :
মহাবিদ্যালয়ত ৰসায়নাগাৰ থাকে
ஒத்த சொற்கள் : ৰসায়নশালা