உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
எடுத்துக்காட்டு : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
ஒத்த சொற்கள் : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
பொருள் : মানুহৰ সমষ্টি বা সমূহ
எடுத்துக்காட்டு : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
ஒத்த சொற்கள் : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
பொருள் : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
எடுத்துக்காட்டு : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
ஒத்த சொற்கள் : জনতা, জনমানস
பொருள் : পৃথিৱীত থকা লোক
எடுத்துக்காட்டு : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ஒத்த சொற்கள் : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
நிறுவு