பொருள் : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ
எடுத்துக்காட்டு :
মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী
ஒத்த சொற்கள் : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজমহল, ৰাজহাউলি
பொருள் : ৰাজ্যপাল আদিৰ চৰকাৰী বাসভৱন
எடுத்துக்காட்டு :
ৰাজ্যপালক লগ কৰিবৰ কাৰণে মুখ্যমন্ত্রী ৰাজভৱন পালেগৈ