பொருள் : কিন্বন প্রক্রিয়াৰে প্রস্তুত কৰা এক প্রকাৰৰ মদ
எடுத்துக்காட்டு :
তেওঁ ঘৰত অকলে বহি মদ খাই আছে
ஒத்த சொற்கள் : ৰম
பொருள் : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
எடுத்துக்காட்டு :
প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
ஒத்த சொற்கள் : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰামচন্দ্র