பொருள் : কৌশলগত ঢঙেৰে
எடுத்துக்காட்டு :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
ஒத்த சொற்கள் : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
பொருள் : পৰম্পৰা পালন কৰি
எடுத்துக்காட்டு :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
ஒத்த சொற்கள் : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি