பொருள் : ৰুমানিয়াৰ অধিবাসী
எடுத்துக்காட்டு :
ৰুমানিয়ানসকলে ভাৰতবর্ষৰ লগত ব্যৱসায় বাণিজ্য কৰিব বিচাৰে
ஒத்த சொற்கள் : ৰুমানিয়া বাসী, ৰুমানিয়া-বাসী, ৰুমানিয়াবাসী
பொருள் : ৰুমানিয়াৰ বা ৰুমানিয়াৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
ৰুমানিয়ান খেলুৱৈসকলৰ প্রদর্শন বহুত ভাল আছিল
பொருள் : ৰুমানিয়া ভাষাৰ সৈতে সম্বন্ধিত বা ৰুমানিয়া ভাষাৰ
எடுத்துக்காட்டு :
ৰুমানিয়ান বাতৰি-কাকতত ইয়াৰ আলোচনা কৰা হৈছিল