பொருள் : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
எடுத்துக்காட்டு :
প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
ஒத்த சொற்கள் : ৰেখাংকন
பொருள் : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
எடுத்துக்காட்டு :
শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
ஒத்த சொற்கள் : ৰেখা-চিত্র, ৰেখাংকন
பொருள் : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
எடுத்துக்காட்டு :
শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
ஒத்த சொற்கள் : ৰেখাংকন