பொருள் : যিমান কৰা বা লোৱা উচিত, তাৰ পৰা কিছু কমোৱা
எடுத்துக்காட்டு :
এইখন দোকানত সকলো বস্তু ৰেহাই মূল্যত পোৱা যায়
பொருள் : কোনো কথা বা কামৰ স্বতন্ত্রতা
எடுத்துக்காட்டு :
চুবুৰীয়াসকলে নিজৰ লʼৰা-ছোৱালীক বৰ ৰেহাই দি ৰাখিছে