பொருள் : মনৰ ভাব প্রকাশ কৰিবৰ কাৰণে কৰা অংগ সঞ্চালন
							எடுத்துக்காட்டு : 
							বোবা মানুহে অংগ-ভংগিৰ দ্বাৰা নিজৰ ভাব প্রকাশ কৰে
							
ஒத்த சொற்கள் : অংগ-ভংগি, অংগ-ভংগিমা, অঙ্গ-ভঙ্গি, অঙ্গভঙ্গিমা, আঙি-ভাঙি, আঙ্গি-ভঙ্গি, ভংগিমা, ভঙ্গি, ভঙ্গিমা