பொருள் : যিটো আৱশ্যক নহয়
							எடுத்துக்காட்டு : 
							তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
							
ஒத்த சொற்கள் : অনাৱশ্যকীয়, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
பொருள் : যি অদৰকাৰেৰে পূর্ণ
							எடுத்துக்காட்டு : 
							অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
							
ஒத்த சொற்கள் : অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা