பொருள் : যিজনে কোনো কাম এইমাত্রহে শিকিছে
							எடுத்துக்காட்டு : 
							এই কামটো নতুন মানুহেও কৰিব পাৰে
							
ஒத்த சொற்கள் : অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
பொருள் : যাৰ অভ্যাস নাই
							எடுத்துக்காட்டு : 
							সোহন ক্রিকেট খেলত অনভ্যস্ত
							
ஒத்த சொற்கள் : অভ্যাসহীন, অভ্যাসৰহিত