பொருள் : বস্তুৰ বা কামৰ অগা-পিছা হোৱা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							পৰস্পৰৰ মাজত চিঠি পঠোৱাৰ ক্রম ভাঙি যাব নালাগে
							
ஒத்த சொற்கள் : ক্রম
பொருள் : ক্রম অনুসাৰে হোৱা অৱস্থা
							எடுத்துக்காட்டு : 
							দোকানবোৰৰ ক্রমানুসাৰিতাই পথটোৰ শোভা বৃদ্ধি কৰিছে
							
ஒத்த சொற்கள் : অনুক্রমিকতা, ক্রমপর্যায়, ক্রমানুসাৰিতা, ক্রমান্বয়তা, ক্রমিকতা, শাৰী