பொருள் : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							எடுத்துக்காட்டு : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
ஒத்த சொற்கள் : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা
பொருள் : আন্ধাৰেৰে ভৰা
							எடுத்துக்காட்டு : 
							ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
							
ஒத்த சொற்கள் : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত