பொருள் : যি নি্র্ধাৰিত নহয়
							எடுத்துக்காட்டு : 
							বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
							
ஒத்த சொற்கள் : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
பொருள் : যিটো আশা কৰা নহয়
							எடுத்துக்காட்டு : 
							মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
							
ஒத்த சொற்கள் : অনাকাংক্ষিত
பொருள் : যি প্রত্যাশাৰ পৰা দূৰত
							எடுத்துக்காட்டு : 
							ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
							
ஒத்த சொற்கள் : আশাতীত, প্রত্যাশাতীত