பொருள் : বতাহত ওপৰলৈ উঠি যোৱা বা বিয়পি যোৱা
							எடுத்துக்காட்டு : 
							আকাশত ৰং-বিৰঙৰ চিলা উৰি আছে
							
ஒத்த சொற்கள் : উৰি থকা
பொருள் : আকাশ মার্গেৰে বা বতাহেদি এঠাইৰ পৰা আন এঠাইলৈ যোৱা:উৰাজাহাজখন সাগৰৰ ওপৰেৰে উৰি আছিল
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : উৰি থকা
பொருள் : স্থলত চলাচল কৰা বস্তুৰ অতি বেগেৰে চলোৱা কার্য
							எடுத்துக்காட்டு : 
							চাবুকৰ কোব খোৱাৰ লগে লগেই ঘোঁৰাটো উৰিল
							
பொருள் : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
							எடுத்துக்காட்டு : 
							মেজত থোৱা কিতাপখন কʼত হেৰাল
							
ஒத்த சொற்கள் : হেৰোৱা
பொருள் : ৰং , চমক আদি শেতা পৰি যোৱা এক অৱস্থা
							எடுத்துக்காட்டு : 
							এবাৰ ধোৱনতে কাপোৰৰ ৰং উৰি যায়
							
ஒத்த சொற்கள் : উৰি যোৱা
பொருள் : বতাহত ইফাল-সিফাল হৈ পৰা
							எடுத்துக்காட்டு : 
							ধুমুহা অহাৰ কাৰণে শস্যৰ ভঁ্ৰালত ৰখা ভুচিখিনি উৰিল
							
ஒத்த சொற்கள் : উৰি যোৱা
பொருள் : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : পিন্ধা, পৰিধান কৰা, লোৱা