பொருள் : কোনো কার্য, ্স্থান বা দেশৰ ওপৰত এজন ব্যক্তি, দল বা সমাজৰ আধিপত্য
							எடுத்துக்காட்டு : 
							এসময়ত ভাৰতৰ ওপৰত ইংৰাজৰ একাধিপত্য আছিল
							
பொருள் : কোনো বস্তু, কার্য ্বা ব্যৱসায় আদিত কোনো ব্যক্তি, দল বা সমাজৰ থকা সম্পূর্ণ অধিকাৰ
							எடுத்துக்காட்டு : 
							এই ব্যৱসায়টোত তেখেতৰ একাধিপত্য আছে
							
ஒத்த சொற்கள் : একাধিকাৰ