பொருள் : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
							எடுத்துக்காட்டு : 
							বানপানীত কিমান যে পশু উটি গৈছে
							
ஒத்த சொற்கள் : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
பொருள் : পানীৰ ওপৰলৈ অহা
							எடுத்துக்காட்டு : 
							বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে