பொருள் : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
							எடுத்துக்காட்டு : 
							আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
							
ஒத்த சொற்கள் : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত
பொருள் : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
							எடுத்துக்காட்டு : 
							মোহন এই কামত সফল হʼল
							
ஒத்த சொற்கள் : কৃতকার্য, কৃতকার্য্য, সফল, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ