பொருள் : অতি ্অর্থলোভী ব্যক্তি
							எடுத்துக்காட்டு : 
							আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
							
ஒத்த சொற்கள் : কৃপণ
பொருள் : কৃপণালি কৰোতা ব্যক্তি
							எடுத்துக்காட்டு : 
							ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
							
ஒத்த சொற்கள் : কৃপণ
பொருள் : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
							எடுத்துக்காட்டு : 
							
							
ஒத்த சொற்கள் : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা