பொருள் : ব্যৱহাৰ বা কামত অহা
							எடுத்துக்காட்டு : 
							ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
							
ஒத்த சொற்கள் : লগোৱা
பொருள் : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
							எடுத்துக்காட்டு : 
							মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
							
ஒத்த சொற்கள் : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা