பொருள் : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
							எடுத்துக்காட்டு : 
							ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
							
ஒத்த சொற்கள் : অংক, অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত শাস্ত্র, গণিতশাস্ত্র
பொருள் : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
							எடுத்துக்காட்டு : 
							তেওঁ গণিতত বৰ চোকা
							
ஒத்த சொற்கள் : অংক, অংক শাস্ত্র, গণিত শাস্ত্র