பொருள் : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
							எடுத்துக்காட்டு : 
							ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
							
ஒத்த சொற்கள் : লক্ষ্য, লক্ষ্য স্থান
பொருள் : যʼত যাব লগা আছে
							எடுத்துக்காட்டு : 
							আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ