பொருள் : গাঁৱৰ নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ দ্বাৰা গঠন কৰা পঞ্চায়ত বা পৰিষদ
							எடுத்துக்காட்டு : 
							গাঁও পঞ্চায়তে গাঁৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, গাঁৱৰ মানুহৰ কাজিয়া-পেচাল আদিৰ মীমাংসাৰ কামো কৰিবলগীয়া হয়
							
ஒத்த சொற்கள் : গাঁও পঞ্চায়ত, গাঁও পৰিষদ, ্গাঁও-পৰিষদ