பொருள் : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
							எடுத்துக்காட்டு : 
							ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
							
ஒத்த சொற்கள் : অভিযোগকাৰী, ফৰিয়াদী
பொருள் : অভিযোগ লগোৱা কার্য
							எடுத்துக்காட்டு : 
							তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
							
ஒத்த சொற்கள் : ফৰিয়াদী